নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়
Office of the District and Session judge, Nagaon
নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়ত খালী থকা ৭ টা চতুৰ্থ বৰ্গৰ পদ পুৰনৰ কাৰনে আগ্ৰহী প্ৰাৰ্থীৰ পৰা ষ্টেণ্ডাৰ্ড প্ৰ-পত্ৰ যোগে আবেদন বিচৰা হৈছে ॥
ইংৰাজীত পঢ়িবলৈ :- ক্লিক কৰক ॥
১) পিয়ন (Peon)
খালী পদ :- ০৪ টা [অসংৰক্ষিত-২, এচ.টি(P)-১, এচ.টি(H)-১]
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
দৰমহা :- ১২,০০০/- ৰ পৰা ৫২,০০০/- ; গ্ৰেড পে:- ৩,৯০০/-
২) চকীদাৰ (Chowkidar)
খালী পদ :- ০২ টা (অসংৰক্ষিত)
শিক্ষাগত অৰ্হতা :-
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)
দৰমহা :- ১২,০০০/- ৰ পৰা ৫২,০০০/- ; গ্ৰেড পে:- ৩,৯০০/-
৩) পিয়ন (Peon) - ঠিকাভিত্তিক
খালী পদ :- ০১ টা (অসংৰক্ষিত)
শিক্ষাগত অৰ্হতা :-
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)
দৰমহা :- ১৫,০০০/- মাহিলী
বয়স :- ০১-০১-২০২১ তাৰিখত ১৮ ৰ পৰা ৪০ বছৰ ॥ এচ টি / এচ চি / অ বিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ উদ্ধসীমা ৰেহাই আছে ॥
» প্ৰাৰ্থীৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন থাকিব লাগিব ॥
আবেদন প্ৰক্ৰিয়া :-
» আগ্ৰহী প্ৰাৰ্থী সকলে আবেদন প্ৰত্ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ত পুৰণ কৰি বিজ্ঞাপন প্ৰকাশৰ ১৫ দিনৰ ভিতৰত (বিজ্ঞাপন প্ৰকাশৰ তাৰিখ ২৯.০৭.২০২১) আবেলি ৫ বজাৰ আগত পোৱাকৈ নিন্মোক্ত ঠিকনাত ডাক যোগে প্ৰেৰণ কৰিব লাগিব ॥
"Office of the District and Session judge, Nagaon"
নাইবা
নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়ত থকা ড্ৰপ বক্সত নিজ হাতে জমা কৰিব পাৰিব ॥
নাইবা
নিন্মোক্ত ই-মেইলত আবেদন পত্ৰৰ পি.ডি.এফ ফৰ্মেট মেইল কৰিব পাৰিব ॥
recruitment.djnagaon@gmail.com
আবেদনৰ লগত গাঁঠি দিব লগীয়া যাৱতীয় নথি প্ৰত্ৰ সমূহ :-
নথি-পত্ৰ সমূহ স্ব-প্ৰত্যায়িত হ'ব লাগিব ॥
১) ৩ খন শেহতীয়া পাচপৰ্ট চাইজৰ ফটোগ্ৰাফ,
২) বয়সৰ প্ৰমাণ প্ৰত্ৰ,
৩) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপ্ৰত্ৰ সমূহ,
৪) CASTE চাৰ্টিফিকেট,
৫) PRC চাৰ্টিফিকেট,
নথি-পত্ৰ সমূহ স্ব-প্ৰত্যায়িত হ'ব লাগিব ॥
১) ৩ খন শেহতীয়া পাচপৰ্ট চাইজৰ ফটোগ্ৰাফ,
২) বয়সৰ প্ৰমাণ প্ৰত্ৰ,
৩) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপ্ৰত্ৰ সমূহ,
৪) CASTE চাৰ্টিফিকেট,
৫) PRC চাৰ্টিফিকেট,
৬) এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড,
আবেদন পঠিওৱা খামৰ ওপৰত আবেদন কৰা পদৰ নাম পদৰ নাম স্পষ্টকৈ উল্লেখ কৰি দিব লাগিব ॥
আবেদনৰ শেষ দিন :- বিজ্ঞাপন প্ৰকাশৰ তাৰিখৰ পৰা ১৫ দিনলৈ (বিজ্ঞাপন প্ৰকাশৰ তাৰিখ ২৯.০৭.২০২১)
আবেদন প্ৰত্ৰৰ বাবে :- ক্লিক কৰক .
0 Comments