জলসিষ্ণন বিভাগ, কাৰ্বি আলং

Dept. of Irrigation, KAAC, Assam, 

Karbi Along

আবেদনৰ শেষ দিন :-  ১৬.০৮.২০২১.

কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ   জলসিষ্ণন বিভাগত  মূঠ ৩১ টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ পুৰনৰ কাৰনে আগ্ৰহী প্ৰাৰ্থীৰ পৰা ষ্টেণ্ডাৰ্ড ফৰ্ম যোগে আবেদন বিচৰা হৈছে ॥

ইংৰাজীত পঢ়িবলৈ : :-  ক্লিক কৰক ॥

পদ সমূহ হ'ল :-

১) কণিষ্ঠ সহায়ক
 (Junior Assistant)

খালী পদ :- ০৫ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

> লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৫,৬০০/-

২) শাখা সহায়ক (Section Assistant)

খালী পদ :- ০২ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

> লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৫,৬০০/-

৩) মেকানিক (Mechanic)

খালী পদ :- ০১ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  আই.টি.আইৰ ডিপ্ল'মা উত্তীৰ্ণৰ   প্ৰমাণপত্ৰ থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৬,২০০/-

৩) সহকাৰী মেকানিক (Assistant Mechanic)

খালী পদ :- ০১ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  আই.টি.আইৰ ডিপ্ল'মা উত্তীৰ্ণৰ   প্ৰমাণপত্ৰ থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৫,৬০০/-

৫) টাৰ্ণাৰ (Turner)

৬) এয়াৰ কম্প্ৰেছৰ অপাৰেটৰ (Air Compressor Driver)

খালী পদ :-  ০১ টা  

শিক্ষাগত অৰ্হতা :-
» স্বীকৃতিপ্ৰাপ্ত বোৰ্ডৰ পৰা মেট্ৰিক অথবা সমপৰ্য্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥
> স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা  আই.টি.আইৰ ডিপ্ল'মা উত্তীৰ্ণৰ   প্ৰমাণপত্ৰ থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৫,৬০০/-

৭) ট্ৰেচাৰ (Tracer)

খালী পদ :- ০৭ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

> লগতে কম্পিউটাৰৰ ডিপ্ল'মা থাকিব লাগিব ॥

দৰমহা :- ১৪,০০০/-  ৰ পৰা  ৪৯,০০০/- ; গ্ৰেড পে:- ৫,৬০০/-

৮) অফিচ পিয়ন (Peon)

খালী পদ :- ০৩ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

৯) সহায়ক (Helper)

খালী পদ :- ০১ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

১০) খালাচী (Khalasi)

খালী পদ :- ০২ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

১১) ব্লু প্ৰিণ্টাৰ (Blue Printer)

খালী পদ :- ০৩ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

১২) মেকানিকেল যোগালী (Mechanic Jugali)

খালী পদ :- ০১ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

১৩) চকীদাৰ (Chowkidar)

খালী পদ :- ০১ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

১৪) চাফাইকৰ্মী (Office Cleaner)

খালী পদ :- ০২ টা 

শিক্ষাগত অৰ্হতা :-

» স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অষ্টম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ॥ 

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৩৭,৫০০/- ; গ্ৰেড পে:- ৩,৯০০/-

বয়স :- ০১.০৬.২০২১ তাৰিখত ১৮ ৰ পৰা ৩৮ বছৰ ॥ এচ টি /  এচ চি প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ  উদ্ধসীমা ৰেহাই আছে 

» প্ৰাৰ্থী কাৰ্বি শায়ত্বশাসিত পৰিষদৰ অন্তগৰ্ত স্থায়ী বাসিন্দা হ'ব লাগিব ॥

» আবেদন প্ৰক্ৰিয়া :-

» আগ্ৰহী প্ৰাৰ্থী সকলে আবেদন প্ৰত্ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ত পুৰণ কৰি ১৬.০৮.২০২১ তাৰিখৰ  আগত পোৱাকৈ তলৰ ঠিকনাত পঠিয়াব লাগিব ॥

Additional Chief Engineer (Zone-IV), Irrigation. Diphu. 

আবেদনৰ লগত গাঁঠি  দিব লগীয়া যাৱতীয় নথি প্ৰত্ৰ সমূহ :-
নথি-পত্ৰ সমূহ স্ব-প্ৰত্যায়িত হ'ব লাগিব ॥

১)  ২ খন শেহতীয়া পাচপৰ্ট চাইজৰ ফটোগ্ৰাফ 
২) বয়সৰ প্ৰমাণ প্ৰত্ৰ
৩) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপ্ৰত্ৰ সমূহ
৪) যাৱতীয় সকলো নথি-
পত্ৰ 

» আবেদনৰ লগত   সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ ২০ টকাৰ ৰাজহ আৰু এচ.চি / এচ.টিৰ প্ৰাৰ্থীয়ে কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ ১০ টকাৰ ৰাজহ জমা দিব লাগিব ॥

আবেদন পঠিওৱা খামৰ ওপৰত আবেদন কৰা পদৰ নাম পদৰ নাম স্পষ্টকৈ উল্লেখ কৰি দিব লাগিব ॥

আবেদনৰ শেষ দিন :- ১৬.০৮.২০২১.

বিজ্ঞাপনৰ সবিশেষ জানিবলৈ :-  ক্লিক কৰক

আবেদন প্ৰত্ৰৰ বাবে :- ক্লিক কৰক .
 .