লক্ষীমপুৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়
Office of the District and Session judge, Lakhimpur

Lakhimpur Judiciary

আবেদনৰ শেষ দিন :-  ০৩.০৯.২০২১

লক্ষীমপুৰ জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়ত খালী থকা ৩ টা চতুৰ্থ বৰ্গৰ পদ পুৰনৰ কাৰনে আগ্ৰহী প্ৰাৰ্থীৰ পৰা ষ্টেণ্ডাৰ্ড প্ৰ-পত্ৰ যোগে আবেদন বিচৰা হৈছে ॥

ইংৰাজীত পঢ়িবলৈ  :-   ক্লিক কৰক ॥

পদ সমূহ হ'ল :-

১) 
চকীদাৰ (Chowkidar)
খালী পদ :- ০১ টা [এচ.টি(P)]

শিক্ষাগত অৰ্হতা :-
» 
অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৫২,০০০/- ; গ্ৰেড পে:- ৩,৯০০/-

) নৈশ চকীদাৰ (Night Chowkidar
)
খালী পদ :- ০১ টা (এচ.চি)

শিক্ষাগত অৰ্হতা :-
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)

দৰমহা :- ১২,০০০/-  ৰ পৰা  ৫২,০০০/- ; গ্ৰেড পে:- ৩,৯০০/-

৩) পিয়ন (Peon) - ঠিকাভিত্তিক
খালী পদ :- ০১ টা (অসংৰক্ষিত)

শিক্ষাগত অৰ্হতা :-
» অতি কমেও অষ্টম শ্ৰেণী উত্তীৰ্ণ ॥
(দ্বাদশ বা ততোধিক উত্তীৰ্ণ সকল অযোগ্য বিবেচিত হ'ব)

দৰমহা :- ১৫,০০০/- মাহিলী


বয়স :- ০১-০৭-২০২১ তাৰিখত ১৮ ৰ পৰা ৩৮ বছৰ ॥ এচ টি /  এচ চি / অ বিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত বয়সৰ  উদ্ধসীমা ৰেহাই আছে 

» প্ৰাৰ্থীৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন থাকিব লাগিব ॥ 


আবেদন প্ৰক্ৰিয়া :-

» আগ্ৰহী প্ৰাৰ্থী সকলে আবেদন প্ৰত্ৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ত পুৰণ কৰি  ০৩.০৯.২০২১ তাৰিখৰ আগত পোৱাকৈ নিন্মোক্ত ঠিকনাত ডাক যোগে প্ৰেৰণ কৰিব লাগিব ॥

"District & Sessions Judge-cum-Chairman, Lakhimpur, North Lakhimpur"

নাইবা

নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ কাৰ্য্যালয়ত থকা ড্ৰপ বক্সত নিজ হাতে জমা কৰিব পাৰিব ॥


আবেদনৰ লগত গাঁঠি  দিব লগীয়া যাৱতীয় নথি প্ৰত্ৰ সমূহ :-
নথি-পত্ৰ সমূহ স্ব-প্ৰত্যায়িত হ'ব লাগিব ॥

১)  ২ খন শেহতীয়া পাচপৰ্ট চাইজৰ ফটোগ্ৰাফ,
২) বয়সৰ প্ৰমাণ প্ৰত্ৰ,
৩) শিক্ষাগত অৰ্হতাৰ প্ৰমাণপ্ৰত্ৰ সমূহ,
৪) CASTE চাৰ্টিফিকেট, 
৫) PRC চাৰ্টিফিকেট, 
৬) এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড,
৭) ৫ টকাৰ ডাক টিকট লগোৱা নিজৰ নাম ঠিকনা উল্লিখিত এটা খাম ॥


আবেদন পঠিওৱা খামৰ ওপৰত আবেদন কৰা পদৰ নাম পদৰ নাম স্পষ্টকৈ উল্লেখ কৰি দিব লাগিব ॥
 

আবেদনৰ শেষ দিন :-   ০৩.০৯.২০২১ 


বিজ্ঞাপনৰ সবিশেষ জানিবলৈ  :- ক্লিক কৰক

আবেদন প্ৰত্ৰৰ বাবে :-  ক্লিক কৰক .